আক্ৰমণআক্ৰমণ-ক্ষমতা

আক্ৰমণ কৰ্ (Assamese) [ Roman: ak.ro.mon kor]
Contributed by: Rupankar Mahanta on 2006-11-30
1. (Verb-Trans.) Hurt someone physically by use of force or verbally by criticising. শাৰীৰিকভাৱে বল প্ৰয়োগ কৰি অথবা মুখেৰে সমালোচনা কৰি কাৰোবাক আঘাত কৰ্।